The best Side of Assamese synonyms

Wiki Article

চীনাংশুক, পটাম্বৰ, পট্টবস্ত্ৰ, পট্টাম্বৰ, পাটকাপোৰ, ৰেচমী কাপোৰ, ক্ষৌমবস্ত্ৰ৷

অনুকল্প, অন্য, অপৰ, আছুতীয়া, আন, দোচোৰা, পৰ, বিকল্প, বেলেগ, ব্যত্যস্ত, ভিন, ভিন্ন, সুকীয়া৷

অলপীয়া, ঈষৎ, কম, তাকৰ, তাকৰীয়া, নগণ্য, নামনাচ, সামান্য৷

অজ, অদ্ৰিনাথ, অদ্ৰীশ, অনংগাৰি, অম্বিকানাথ, আশুতোষ, ইন্দুভূষণ, ইন্দুমৌলি, ঈশান, উমানন্দ, উমানাথ, উমাপতি, উমেশ, উৰগভূষণ, একনাথ, কন্দুকেশ্বৰ, কাশীনাথ, কাশীপতি, কাশীশ, কাশীশ্বৰ, কৃতজ্বৰ, কেদাৰ, কৈলাসপতি, খণ্ডপৰশু, গংগাধৰ, গিৰিজাকান্ত, গিৰীশ, গৌৰীনাথ, গৌৰীশ্বৰ, চন্দ্রচূড়, চন্দ্ৰশেখৰ, চন্দ্ৰিল, চেকিতান, জটাধাৰী, জটাধৰ, জল্পেশ্বৰ, জ্বালী, ডম্বৰুধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্ৰিনয়ন, ত্ৰিনাথ, ত্ৰিনেত্ৰ, ত্ৰিপুৰঘ্ন, ত্ৰিপুৰাৰি, ত্ৰিলোচন, ত্ৰিশূলধাৰী, ত্ৰিশূলী, দিগম্বৰ, দুৰ্গাধীশ, দুৰ্গাপতি, দুৰ্গেশ, দুৰ্গেশ্বৰ, দেৱাদিদেৱ, দেৱেশ, ধূৰ্জতি, নটশেখৰ, নটেশ্বৰ, নটৰাজ, নন্দ্যেশ্বৰ, নীলকণ্ঠ, নীলগ্ৰীৱ, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, পুৰঞ্জিৎ, পুৰভিদ, পুৰমথন, পুৰুহৰ, প্রমথনাথ, প্ৰমথেশ, ফণীধৰ, ফণীভূষণ, বহিৰেতাঃ, বাণেশ্বৰ, বিভূতিভূষণ, বিল্বেশ্বৰ, website বিশ্বনাথ, বিশ্বেশ্বৰ, বিৰূপাক্ষ, বীৰেশ্বৰ, বুঢ়াগোসাঁই, বৃষধ্বজ, বৃষভবাহন, ব্যোমকেশ, ভূতনাথ, ভূতভাৱন, ভৃংগেশ্বৰ৷ ভৈৰৱ, ভোলা, ভোলানাথ, ভৱ, ভৱানাপতি, ভৱানীকান্ত, ভৱেশ, মহাদেৱ, মহানট, মহেশ, মহেশ্বৰ, মাৰজিৎ, মৃগাংকমৌলি, মৃগাংকশেখৰ, মৃত্যুঞ্জয়, যোগীন্দ্ৰ, যোগেশ, যোগেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, শূলী, সতীন্দ্ৰ, সতীপতি, সতীশ, সিদ্ধদেৱ, সুৰেশ্বৰ, সোমনাথ, সোমেশ্বৰ, স্মৰজিৎ, হিংগুলেশ্বৰ, হিৰণ্যৰেতাঃ, হৰ, ৰামেশ্বৰ, ৰুদ্ৰ৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অকৃতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতকৰ্ম, অচৰিতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

জামি, ভগ্নী, ভগিনী, ভনী, সহোদৰী, সোদৰ্যা, স্বসা৷

Our emphasis is on delivering educational assistance to students,so that the students lousy portion will probably be benefited by means of this Internet site.

অনংগ, অৱয়বহীন, কায়শূন্য, দেহহীন, নিৰাকাৰ, বিদেহ, মূৰ্তিহীন৷

অধ্যয়নকাৰী, অধ্যেতা, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

অভ্ৰহীন, নিৰভ্ৰ, নিৰ্মেঘ, ফৰকাল, মুকলি, মেঘমুক্ত, মেঘশূন্য, মেঘহীন৷

অগোচৰ, অদৃশ্য, অন্তৰ্হিত, অপ্রতক্ষ্য, অপ্ৰেক্ষিত, অলিক্ষত৷

অবৃষ্টি, অৱগ্ৰহ, অৱগ্ৰাহ, খৰ, খৰাং, জলকষ্ট, জলাভাৱ, বৃষ্টিহীনতা৷

অগণন, অগণনীয়, অগণিত, অগণ্য, অজস্ৰ, অনেক, অলেখ, অসংখ্য, অসংখ্যাত, একাধিক, বহুত, সংখ্যাতীত৷

Report this wiki page